আমিনগাঁৱত ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱা ছাত্ৰৰ মৃত্যু…

আমিনগাঁৱত ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱা ছাত্ৰৰ মৃত্যু…
  • আমিনগাঁও পোষ্ট অফিচ কলনীত সংঘটিত হ'ল অঘটন।
  • ব্রহ্মপুত্রত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী দশম শ্রেণীৰ ছাত্রৰ।
  • মৃত ছাত্রজন আমিনগাঁও ইনষ্টিটিউট কলনীৰ বিবেক বাহাদুৰ।
  • বিদ্যালয়ৰ পৰা আহি সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল বিবেক।
  • SDRFৰ অভিযানত উদ্ধাৰ বিবেক বাহাদুৰৰ মৃতদেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in