New Update
/asomiyapratidin/media/media_files/2025/05/19/Dhm0EwoBipS4K8mryxB3.jpg)
গ্ৰেপ্তাৰ হ'ল শংকৰজ্যোতি বৰুৱা
- অৱশেষত গ্ৰেপ্তাৰ শংকৰজ্যোতি বৰুৱা
- ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক
- দেওবাৰৰ নিশা দুলীয়াজানৰ পৰা আটক কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে
- ১০টা ধাৰাত ৰুজু কৰা হৈছে তেওঁৰ বিৰুদ্ধে গোচৰ
- মাৰপিটৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাইছিল শংকৰজ্যোতি বৰুৱাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us