New Update
/asomiyapratidin/media/media_files/2026/02/03/image-11-2026-02-03-20-29-29.png)
- মাজুলীৰ জুগুনীধাৰী গাঁৱত অঘটন
- নিৰ্মাণৰত অট্টালিকাৰ পৰা পৰি আহত ৪জন শ্ৰমিক
- অট্টালিকাৰ তিনি মহলাত নিৰ্মাণ কৰা বাঁহৰ চাং ভাঙি পৰি আহত শ্ৰমিককেইজন
- কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা নথকাকৈ কাম কৰাৰ বাবে সংঘটিত হয় এই ঘটনা
- আহত শ্ৰমিক বিমল দাস, ভদ্ৰকান্ত চুতীয়া, বাবু দাস আৰু ৰাজীৱ হলদাৰ
- দুৰ্ঘটনাৰ পাছতে আহত শ্ৰমিককেইজনক ভৰ্তি কৰে চিকিৎসালয়ত
- ইয়াৰে দুজন শ্ৰমিকক সংকটজনক অৱস্থাত যোৰহাটলৈ প্ৰেৰণ
- অট্টালিকাটোত মুঠ ১৩গৰাকী শ্ৰমিকে কাম কৰি আছিল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us