New Update
/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
- জম্মু-কাশ্মীৰৰ উধামপুৰত CRPFৰ বাহন দুৰ্ঘটনাগ্রস্ত
- সন্ত্রাসবাদ বিৰোধী অভিযানৰ সময়ত দুৰ্ঘটনাত পতিত CRPFৰ বাহন
- পথৰ পৰা বহু তলত বাগৰি পৰে CRPFৰ বাছখন
- দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ৩জন জোৱানৰ
- গুৰুতৰভাৱে আহত আন ১৬জন জোৱান
- বাছখনত আছিল মুঠ ২৩জন জোৱান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us