শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

আৰম্ভ হ’ল বছৰৰ প্রথমটো সূৰ্যগ্ৰহণ, শেষ হ’ব কেতিয়া….

আৰম্ভ হ’ল বছৰৰ প্রথমটো সূৰ্যগ্ৰহণ, শেষ হ’ব কেতিয়া….

ডিজিটেল ডেস্কঃ ২৬ মে’ত চন্দ্ৰগ্ৰহণৰ পাছত আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। ১০ জুনৰ দিনা দুপৰীয়া ১ বাজি ৪২ মিনিটত পৰা আৰম্ভ হৈছে আৰু সন্ধিয়া ৬ বাজি ৪১ মিনিটলৈকে চলিব এই সূৰ্যগ্ৰহণ। আমেৰিকাৰ উত্তৰ ভাগ, ৰাছিয়াৰ গ্ৰীণলেণ্ড, উত্তৰ কানাডা, ইউৰোপ, উত্তৰ-পশ্চিম আফ্ৰিকা আৰু এছিয়াৰ পৰা আংশিক ভাবে দেখা দেখা গৈছে এই সূৰ্যগ্ৰহণ।

পঢ়িবলৈ ক্লিক কৰক: তথ্য নুলুকোৱাবঃ কোভিডোত্তৰ পৰিস্থিতি কিয় বিপদজনক, সজাগ হওঁক

ভাৰতৰ আকাশতো আংশিক ভাবে দেখা গৈছে গ্ৰহণ। ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু লাডাখৰ কিছু অংশৰ পৰা এই গ্ৰহণ দেখা গৈছে।ভাৰতীয় সময় মতে দিনৰ ১ বাজি ৪২ মিনিটৰ পৰা আৰম্ভ হ’ল গ্ৰহণ । সূৰ্যক সম্পূৰ্ণভাবে প্ৰথম দেখা যাব ৩ বাজি ১৯ মিনিটত।  সম্পূৰ্ণ গ্ৰহণ আৰম্ভ হ’ব ৪ বাজি ১১ মিনিটৰ পৰা আৰু সূৰ্যগ্ৰহণ শেষ হ’ব ৭ বাজি ৩ মিনিটত। আংশিক সূৰ্যগ্ৰহণ শেষ হ’ব ৬ বাজি ৪১ মিনিটত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি