কন্ঠশিল্পী জুবলী আক্ৰান্ত কোৰোনাত…

কন্ঠশিল্পী জুবলী আক্ৰান্ত কোৰোনাত…
  • অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱা আক্ৰান্ত হৈছে কোৰোনাত।
  • ছচিয়েল মিডিয়াযোগে এই কথা সদৰি কৰিলে কন্ঠশিল্পীগৰাকীয়ে।
  • কিছুদিনৰ পৰা অসুস্থ অৱস্থাত আছিল জুবলী।
  • শেহতীয়াকৈ কৰা পৰীক্ষাত তেওঁৰ ৰিজাল্টা আহিছে পজিটিভ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in