আমি ৰাজনীতি নকৰো, ৰাইজৰ সৈতে থাকি ৰাইজৰ বাবে কাম কৰি যামঃ জুবিন গাৰ্গ

ফাইল ফটো
ফাইল ফটো
  • নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গুৱাহাটীত আছুসহ ৩০ সংগঠনৰ ৰণশিঙা কাৰ্যসূচীত জুবিন গাৰ্গ।
  • শিল্পীগৰাকীয়ে সমালোচনা কৰে বিজেপিক।
  • তেওঁ কয়, কাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছো।
  • গতিকে আমাক টাৰ্গেট কৰাটো সাধাৰণ কথা।
  • তাৰ বাবে আমি প্ৰস্তুত হৈ আছো।
  • আমাৰ আন্দোলন তীব্ৰতৰ হৈ গৈ আছে।
  • ঢোল-বাদ্য লৈও আমি প্ৰতিবাদ কৰিছো।
  • আমি আৰু বহু কাৰ্যসূচী ৰাখিম।
  • আমি কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিয়ে থাকিম।
  • আমি ৰাজনীতি নকৰো আৰু ৰাইজৰ সৈতে থাকি ৰাইজৰ বাবে কাম কৰি যাম।
  • তেওঁলোকৰ কথা শুনিলে গম পায় তেওঁলোকে ভয় খাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in