নিয়ন্ত্ৰণ হেৰুৱাই জু-ৰোডত ডিভাইডাৰত উঠিল বাহন…
- জু-ৰোড তিনি আলিত পথ দুৰ্ঘটনা।
- এএছ০১এমচি ৭৬২৩ নম্বৰৰ বাহনখন উঠে ডিভাইডাৰত।
- কোনো মতে ৰক্ষা পৰে বাহনখনৰ চালক।

- পথ দুৰ্ঘটনা সংঘটিত হোৱা পাছত জু-ৰোডত যান-জঁটৰ সৃষ্টি।
- হাৰিয়ানাৰ পৰা সামগ্ৰী পৰিবহন কৰি আনিছিল বাহনখনে।
- পথ দুৰ্ঘটনা সংঘটিত হোৱা পাছত জু-ৰোডত যান-জঁটৰ সৃষ্টি।
- দুৰ্ঘটনা সংঘটিত কৰিয়েই পালয়ন কৰে চালক গৰাকীয়ে।