শেহতীয়া খবৰ
পুত্ৰৰ নিৰ্মম লাঠিৰ প্ৰহাৰত মৃত্যু হ'ল পিতৃৰ, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পুত্ৰক...  •  হিমন্তৰ টুইট : অসমৰ নহয়,চীনৰ টাইৱান চাহ বাগিছাৰ ফটোৰে অসম বচাও অভিযান কংগ্ৰেছৰ...  •  নাৰায়ণপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ-২০২১ : স্মৃতিগ্ৰন্থ ৰূপ ৰস ৰংগ উন্মোচন...  •  মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...

নিয়ন্ত্ৰণ হেৰুৱাই জু-ৰোডত ডিভাইডাৰত উঠিল বাহন…

193
  • জু-ৰোড তিনি আলিত পথ দুৰ্ঘটনা।
  • এএছ০১এমচি ৭৬২৩ নম্বৰৰ বাহনখন উঠে ডিভাইডাৰত।
  • কোনো মতে ৰক্ষা পৰে বাহনখনৰ চালক।

  • পথ দুৰ্ঘটনা সংঘটিত হোৱা পাছত জু-ৰোডত যান-জঁটৰ সৃষ্টি।
  • হাৰিয়ানাৰ পৰা সামগ্ৰী পৰিবহন কৰি আনিছিল বাহনখনে।
  • পথ দুৰ্ঘটনা সংঘটিত হোৱা পাছত জু-ৰোডত যান-জঁটৰ সৃষ্টি।
  • দুৰ্ঘটনা সংঘটিত কৰিয়েই পালয়ন কৰে চালক গৰাকীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি