ইয়ং ষ্টাৰ ক্লাৱৰ নৱ-নিৰ্মিত সমিতি গঠন…

ইয়ং ষ্টাৰ ক্লাৱৰ নৱ-নিৰ্মিত সমিতি গঠন…
  • উত্তৰ পূৱ গীতানগৰ স্থিত ইয়ং ষ্টাৰ ক্লাৱৰ ২০২১-২০২২ বৰ্ষৰ বাবে বিষয় বাচনি সভা অনুষ্ঠিত হয়।
  • উক্ত সভাত ভুৱন শইকীয়া সভাপতি,জিতুমণি ডেকা সাধাৰণ সম্পাদক হিচাপে লৈ এখন ২১ জনীয়া ইয়ং ষ্টাৰ ক্লাবৰ কাৰ্যনিৰ্বাহ সমিতি গঠন কৰা হয়।
  • লগতে নুনমাটি আৰু গীতানগৰ অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ লগতে।বিভিন্ন ধৰণৰ অনুষ্ঠিত আয়োজন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
  • লগতে ভোগালী বিহুত মেজি প্ৰজ্জ্বলনৰ কাৰণে সকলোকে নিমন্ত্ৰণ জনোৱা হয়।
  • সদৌ শেষত অসম জাতীয় সংগীতেৰে সভা সমাপ্ত কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in