শেহতীয়া খবৰ
নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...

ইয়ং ষ্টাৰ ক্লাৱৰ নৱ-নিৰ্মিত সমিতি গঠন…

28
  • উত্তৰ পূৱ গীতানগৰ স্থিত ইয়ং ষ্টাৰ ক্লাৱৰ ২০২১-২০২২ বৰ্ষৰ বাবে বিষয় বাচনি সভা অনুষ্ঠিত হয়।
  • উক্ত সভাত ভুৱন শইকীয়া সভাপতি,জিতুমণি ডেকা সাধাৰণ সম্পাদক হিচাপে লৈ এখন ২১ জনীয়া ইয়ং ষ্টাৰ ক্লাবৰ কাৰ্যনিৰ্বাহ সমিতি গঠন কৰা হয়।
  • লগতে নুনমাটি আৰু গীতানগৰ অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ লগতে।বিভিন্ন ধৰণৰ অনুষ্ঠিত আয়োজন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
  • লগতে ভোগালী বিহুত মেজি প্ৰজ্জ্বলনৰ কাৰণে সকলোকে নিমন্ত্ৰণ জনোৱা হয়।
  • সদৌ শেষত অসম জাতীয় সংগীতেৰে সভা সমাপ্ত কৰা হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি