শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

দিল্লী চৰকাৰক ক’লে ন্যায়ালয়েঃ আপোনালোকে অন্ধৰ দৰে থাকিব পাৰে, আমি নোৱাৰো…

3,327

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত প্ৰতিদিনাই দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। তাৰ মাজতে দেখা দিছে অক্সিজেনৰ নাটনিয়ে। ইফালে, দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে দিল্লী চৰকাৰক পৰামৰ্শ দিয়ে যে, যেনেকৈ ব্লাড বেংক থাকে, তেনেকৈ অক্সিজেন চিলিণ্ডাৰ বেংকো নিৰ্মাণ কৰা হয় যাতে। য’ত লোকসকলে জমা ৰাখিব পাৰিব অক্সিজেন চিলিণ্ডাৰ আৰু যিসকল লোকক অক্সিজেনৰ প্ৰয়োজন তেওঁলোকে লাভ কৰিব তাৰ পৰা অক্সিজেন।

আনহাতে, অক্সিজেনৰ অভাৱৰ সন্দৰ্ভত কেন্দ্ৰ চৰকাৰক ন্যায়ালয়ে কয়- আপোনালোকে এই ক্ষেত্ৰত অন্ধৰ দৰে থাকিব পাৰে আমি চকু বন্ধ কৰিব নোৱাৰো। লগতে ন্যায়ালয়ে চৰকাৰক কয় যে- আপোনালোকে অক্সিজেনৰ অভাৱৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু যিসকলক অক্সিজেনৰ প্ৰয়োজন নাই তেওঁলোকক অক্সিজেন বেংকত অক্সিজেন জমা কৰিবলৈ বুজাওক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি