কোৰোনাত আক্ৰান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ…

কোৰোনাত আক্ৰান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ…
  • কোৰোনাত আক্ৰান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ।
  • বুধবাৰে মুখ্যমন্ত্ৰী গৰাকীৰ দেহত কোভিড ১৯ৰ উপস্থিতি ধৰা পৰে ।
  • কোভিডৰ কিছু লক্ষন থকাৰ বাবে আদিত্যনাথে পৰীক্ষা কৰিছিল বুলি টুইট যোগে সদৰি কৰে ।
  • মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড পৰীক্ষা কৰিবলৈ অনুোধ জনাই ।
  • উত্তৰ প্ৰদেশত মঙলবাৰে ১৮,০২১ জন লোক কোৰোনাত আক্ৰান্ত হৈছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in