শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

ক্ৰিকেট বিশ্বকাপ-২০১৯ঃ ৩৬ ৰানৰ ব্যৱধানত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়…

425
  • ক্ৰিকেট বিশ্বকাপত ভাৰতৰ জয়।
  • ৩৫৩ ৰানৰ লক্ষ্য বান্ধি দিছিল কোহলি বাহিনীয়ে।
  • ৫০ অভাৰত ৩১৬ ৰানহে কৰিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়া।
  • ৩৬ ৰানৰ ব্যৱধানত জয়ী হয় ভাৰত।
  • ইয়াৰ পূৰ্বে ৫ জুনত প্ৰথমখন মেচতে দক্ষিণ আফ্ৰিকাৰ পৰাভূত কৰিছিল ভাৰতে।
  • অহা ১৩ জুনত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰত।
  • দেওবাৰৰ খেলখনত ‘মেন অৱ দ্য মেচ’ হয় ভাৰতীয় বেটছমেন শ্বেখৰ ধৱন।
  • ধৱনে ১১৭ ৰান সংগ্ৰহ কৰে মেচখনত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি