আন্তঃৰাষ্ট্ৰীয়
২৪ ঘন্টাতে আমেৰিকাত প্ৰাণ হেৰুৱালে ১,৫৬৮ গৰাকী লোকে
- কোৰোনাই ভয়ংকৰ ৰূপ লৈছে আমেৰিকাত।
- এএফপি নিউজে সদৰি কৰা অনুসৰি বিগত ২৪ ঘন্টাত আমেৰিকাত প্ৰাণ হেৰুৱাইছে ১,৫৬৮ গৰাকী লোকে।
- বৰ্তমানলৈকে আমেৰিকাত কোৰোনাত আক্ৰান্ত হৈছে ১,৩৪৭,৩০৯ গৰাকী লোক।
- ইফালে মৃত্যু হৈছে ৮০,০৩৭ গৰাকী লোক।
- আমেৰিকাত বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে ২৩৮,০৭৮ গৰাকী লোকে।
- দেশখনত ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে কোৰোনাই।