Published on :
Updated on :
- সোমবাৰে বিয়লি ৩-৩০ বজাত ৰাছিয়া, ইউক্ৰেইনৰ মাজত হ'ব বৈঠক।
- এই বৈঠকৰ বাবে বেলাৰুছত উপস্থিত হৈছে ইউক্ৰেইনৰ প্ৰতিনিধি দল।
- ৰাছিয়াৰ প্ৰতিনিধিৰ সৈতে ইউক্ৰেইনৰ প্ৰতিনিধিৰে হ'ব বৈঠক।
- দুয়োখন দেশৰ মাজত অব্যাহত আছে যুদ্ধ।
- ৰাছিয়ান সেনাৰ এটা বৃহৎ দলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক বিচাৰি চলাইছে অভিযান।
- ইয়াৰ মাজতে এই বৈঠকৰ খবৰে এক নতুন ইংগিত বহন কৰিছে।
- এই আলোচনাৰ মূল বিষয় তাৎক্ষণিক যুদ্ধ বিৰতি।
- আলোচনা সফল হ'লে ইউক্ৰেইনৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব ৰাছিয়ান সেনা।
Asomiya Pratidin
www.asomiyapratidin.in