ৰাজ্যসভা নিৰ্বাচন: ত্ৰিপুৰাত জয়ী হ’ল…

ৰাজ্যসভা নিৰ্বাচন: ত্ৰিপুৰাত জয়ী হ’ল…

author-image
asomiyapratidin
New Update
ৰাজ্যসভা নিৰ্বাচন: ত্ৰিপুৰাত জয়ী হ’ল…

ডিজিটেল ডেস্ক: ত্ৰিপুৰাৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে বৃহস্পতিবাৰে নিৰ্বাচিত হয় বিজেপিৰ সভাপতি ড০ মানিক সাহা ।

Advertisment

এই নিৰ্বাচনত সাহাই ৪০ টা ভোট লাভ কৰাৰ বিপৰীতে চিপিআই(এম)ৰ প্ৰাৰ্থীয়ে ভানু লাল সাহাই লাভ কৰে ১৫ টা ভোট।

মুখ্য নিৰ্বাচনী বিষয়া গীতে কিৰণকুমাৰ দিনকাৰৰাৱে কয় যে "ৰাজ্যসভাৰ নিৰ্বাচন শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হয়। নিৰ্বাচন আয়োগৰ পৰা অনুমতি পোৱাৰ পিছত ফলাফল ঘোষণা কৰা হৈছে"।

ইয়াৰোপৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দে শুভকামনা জ্ঞাপন কৰে নিৰ্বাচিত সাংসদ গৰাকীক।

আৰু পঢ়ক: হোটেলৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা…

কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে নিজ দলৰ কৰ্মীৰে প্ৰতিবাদ…