ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেট ২০১৯ৰ বাবে ইতিমধ্যে ভাৰতীয় দলে ঘোষণা কৰিছে ১৫ জনীয়া সদস্যৰ দল। আই পি এল শেষ হোৱাৰ লগে লগে আৰম্ভ হ'ব বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ চূড়ান্ত যো জা। এই বিশ্বকাপত অংশ ল'ব ১০ খন দেশে। অহা ৫ জুনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন খেলত অৱৰ্তীণ হ'ব ভাৰত। ৪৫ দিনৰ এই বিশ্বকাপত মুঠ ৪৮ খন খেল খেলা হ'ব।
এই খেল সমূহ কেতিয়া, কিমান সময়ত আৰু কাৰ-কাৰ মাজত অনুষ্ঠিত হ'ব-