আন্তঃৰাষ্ট্ৰীয় মুখ্য-পৃষ্ঠা কাবুল ইউনিভাৰ্চিটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ, ২৫ জনৰ মৃত্যু… কাবুল ইউনিভাৰ্চিটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ, ২৫ জনৰ মৃত্যু… asomiyapratidin 02 Nov 2020 18:48 IST Follow UsNew Updateআফগানিস্তানত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।সোমবাৰে আফগানিস্তানৰ কাবুল ইউনিভাৰ্চিটিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে ।এই আক্ৰমণত ২৫ জন লোকৰ মৃত্যু হোৱাৰ কথা জানিবলৈ পোৱা গৈছে।এএফপি শীৰ্ষক নিউজ এজেন্সিৰ সূত্ৰৰ পৰা এই খবৰ পোৱা গৈছে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক