আন্তঃৰাষ্ট্ৰীয়
দুদিনীয়া ভ্ৰমণসূচীৰে আবু-ধাবিলৈ সুষমা স্বৰাজ
- আবু-ধাবিলৈ ৰাওনা ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজ।
- দুদিনীয়া ভ্ৰমণসূচীৰে আবু-ধাবিলৈ গৈছে বিদেশ মন্ত্ৰীগৰাকী।
- কেবাখনো গুৰুত্বপূৰ্ণ বৈঠকত ভাগ ল'ব সুষমা স্বৰাজে।
- সোমবাৰে সন্ধিয়াভাগত আবু-ধাবিলৈ উৰা মাৰে মন্ত্ৰীগৰাকী।