New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/SpiceJet-New-Domestic-Flights.jpg)
- দিল্লী-ডুবাইমুখী স্পাইজেট বিমানত বিসংগতি।
- কৰাচীত জৰুৰী অৱতৰণ কৰা হয় বিমানখন।
- স্পাইজেটৰ বি-৭৩৭ নম্বৰৰ বিমানখন হঠাৎ জ্বলিছিল বিসংগতিৰ সংকেত দিয়া এটা লাইট।
- তাৰ পিচতে বিমানখন পাইলটে কৰাচীৰ বিমান বন্দৰতে অৱতৰণ কৰে।
- বিমানখনত থকা সকলো যাত্ৰী আছে নিৰাপদে।