স্পেইনৰ উপ-প্ৰধানমন্ত্ৰী আক্ৰান্ত হ’ল কোৰোনা ভাইৰাছত…

স্পেইনৰ উপ-প্ৰধানমন্ত্ৰী আক্ৰান্ত হ’ল কোৰোনা ভাইৰাছত…

ডিজিটেল ডেস্কঃ স্পেইনত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা চীনক অতিক্ৰম কৰিছে। দেশখনত এই পৰ্যন্তলৈকে ৩৪৩৪গৰাকী লোকৰ মৃত্যু হৈছে। ৪৭৬১০জন লোক আক্ৰান্ত হৈ আছে এই ভাইৰাছৰ দ্বাৰা।

কেৱল সাধাৰণ লোকেই যে এই ভাইৰাছত আক্ৰান্ত হৈছে তেনে নহয়। স্পেইনৰ উপ-প্ৰধানমন্ত্ৰীও আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। চাৰ্মেন কালভোৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। বুধবাৰে এই কথা সদৰী কৰিছে স্পেইনৰ চৰকাৰী সূত্ৰই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in