New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/796420-505058-samjhauta-expres.jpg)
- ৩ মাৰ্চৰ পৰা অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে ছমঝৌতা এক্সপ্ৰেছ।
- ভাৰতীয় ৰেল বিভাগে কৰিলে এই ঘোষণা।
- ভাৰত-পাকৰ মাজৰ শেহতীয়া স্থিতিক লৈ এই প্ৰদক্ষেপ ভাৰতীয় ৰেল বিভাগৰ।
- ১৯৭৬ চনৰ ২২ জুলাইৰ পৰা দিল্লীৰ পৰা পাকিস্তানৰ লাহোৰলৈ আৰম্ভ হৈছিল এই ৰেল সেৱা।
- ২০০২ চনত এই ৰেল সেৱা বন্ধ কৰি দিয়া হৈছিল যদিও ২০০৪ চনৰ ১৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনত চনত পুনৰ মুকলি কৰা হৈছিল এই ৰেল সেৱা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us