ছিংগাপুৰ অ’পেন চুপাৰ -৫০০ ৰ খিতাপ পি ভি সিন্ধুৰ দখলত…

ছিংগাপুৰ অ’পেন চুপাৰ -৫০০ ৰ খিতাপ পি ভি সিন্ধুৰ দখলত…

author-image
asomiyapratidin
New Update
ছিংগাপুৰ অ’পেন চুপাৰ -৫০০ ৰ খিতাপ পি ভি সিন্ধুৰ দখলত…

ডিজিটেল ডেস্কঃ আন এক বৃহৎ সফলতা লাভ কৰিলে শ্বাটলাৰ পি ভি সন্ধুে। ভাৰতীয় বেডমিণ্টন তাৰকাগৰাকীয়ে ছিংগাপুৰ অ'পেন চুপাৰ-৫০০ বিডেমিণ্টন টুৰ্ণামেণ্টতৰ মহিলাপ ছিংগলছৰ চূড়ান্ত প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাৰ ফাইনেলত সিন্ধুৱে চীনৰ ৱাং ঝীক ২১-৯, ১১-২১ আৰু ২১-১৫ ব্যৱধানত পৰাস্ত কৰে।

Advertisment

উল্লেখ্য যে চলিত বছৰত এয়া সিন্ধুৰ প্ৰথমটো চুপাৰ-৫০০ খিতাপ। ইয়াৰ পূৰ্বে তেওঁ ছুপাৰ–৩০০ টুৰ্ণামেণ্ট ছৈয়দ মোদী ইণ্টাৰনেচনেল আৰু ছুইছ অ'পেনৰ খিতাপ জয় কৰিছিল।