New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/modi-SAARC-vgggmuibbb3-copy.jpg)
ফাইল ফটো
- তিনিদিনীয়া সূচীৰে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী যাব আমেৰিকালৈ।
- ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে।
- ৰাষ্ট্ৰসংঘৰ ৭৬ সংখ্যক অধিৱেশনত ভাষণ দিব প্রধানমন্ত্ৰীগৰাকীয়ে।
- মাৰ্কিন ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতেও প্ৰধানমন্ত্ৰীৰ আলোচনা।
- হোৱাইট হাউছত অনুষ্ঠিত হ'ব মোডী-বাইডেনৰ দ্বিপাক্ষিক বৈঠক।