আন্তঃৰাষ্ট্ৰীয়
দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী… VIDEO
- দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- চুবুৰীয়া দেশখনত উপস্থিত হোৱা পাছতেই উষ্ম আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰী মোডীক।
- ইতিমধ্যে থিম্ফুৰ তাজ তাশী হোটেলত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোডী।
- প্ৰবাসী ভাৰতীয়সকলে আদৰণি জনাইছে প্ৰধানমন্ত্ৰীগৰাকীক।
- পাৰোৰ পৰা থিম্ফুলৈ সমগ্ৰ পথৰ পাৰত থিয় হৈ নাগৰিকসকলে জনালে আদৰণি।
- হাতে হাতে ভাৰত আৰু ভূটানৰ পতাকা লৈ মোডীক জনালে আদৰণি।
- ১৭ আৰু ১৮ আগষ্টত ভূটানত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।