ন্যায়ালয়ত মুখ থেকেচা ইমৰান খানৰ! আস্থা ভোটৰ বাবে দিলে নিৰ্দেশ…

ন্যায়ালয়ত মুখ থেকেচা ইমৰান খানৰ! আস্থা ভোটৰ বাবে দিলে নিৰ্দেশ…

author-image
asomiyapratidin
New Update
আলোচনাৰ মাজলৈ আহক,দুয়োখন দেশে উপকৃত হ’বঃ ইমৰাণ খান

ডিজিটেল ডেস্কঃ পাকিস্তানৰ ৰাজনৈতিক সংকটে লৈছে নতুন মূৰ। দেশখনৰ উচ্চতম ন্যায়ালয়ে প্ৰধানমন্ত্ৰী ইমাৰন খানক আস্থা ভোটৰ সন্মুখীন হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে। এই বিষয়ত এক শুনানি গ্ৰহণ কৰি পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে কয় যে, প্ৰধানমন্ত্ৰী গৰাকী সংবিধানৰ অধীনস্থ। তেওঁ ৰাষ্ট্ৰপতিক সংসদ ভংগ কৰিবলৈ পৰামৰ্শ দিব নোৱাৰে।

Advertisment

ন্যায়ালয়ে এই সন্দৰ্ভত কয় যে, ৯ এপ্ৰিল শনিবাৰে পুৱা ১০ বজাত অনাস্থা প্ৰস্তাৱত আস্থা ভোট গ্ৰহণৰ নিৰ্দেশ দিছে।