Published on :
Updated on :
- এন এছ এ বিষয়া অজিত ডোভাল আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পিঅ'ৰ টেলিফোনিক বাৰ্তালাপ।
- বুধবাৰে নিশা টেলিফোনিক বাৰ্তালাপ কৰে ডোভাল আৰু পম্পিঅ'ই।
- আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীয়ে কয়-
- 'সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি ভাৰতৰ লগত আছো।'
- 'পাকিস্তানৰ জেইছ-ই-মহম্মদৰ শিবিৰৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা স্থিতিক আমি সমৰ্থন জনাইছো।'
Asomiya Pratidin
www.asomiyapratidin.in