Published on:
Updated on:
- অৱসৰপ্ৰাপ্ত নৌবাহিনীৰ ভাইচ এডমিৰেল এম পি আৱাটিৰ মৃত্যু।
- ৯১ বছৰ বয়সত বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে নৌসেনাৰ বিষয়াগৰাকীয়ে।
- ১৯৪৫চনতে নৌসেনাত যোগ দিছিল আৱাটিয়ে।
- ছিগনেল কমিউনিকেশ্যনৰ বিশেষজ্ঞ আছিল বিষয়াগৰাকী।
- ১৯৭১চনত বাংলাদেশৰ স্বাধীনতাৰ যুদ্ধ সময়ত বিশেষ ভূমিকা পালন কৰিছিল তেওঁ।
- সেই সময়ত আই এন এছ কাম'ৰ্টাৰ কামাণ্ডিং অফিচাৰ আছিল।
- বীৰ চক্ৰৰে সন্মানিত হৈছিল তেওঁ।
- ভাৰতীয় নৌসেনাত বিশেষ প্ৰভাৱ আছিল এইগৰাকী বিষয়াৰ।
- তেওঁক ভাৰতীয় নৌসেনাৰ 'চাৰকামনেভিগেশ্যন এডভেন্সাৰ'ৰ পিতৃ বুলি কোৱা হয়।
- ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শোক ব্যক্ত প্ৰাক্তন নৌসেনা বিষয়াগৰাকীৰ মৃত্যুত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in