Published on:
Updated on:
- টেষ্ট ক্ৰিকেট এৰিলে আন এজন ক্ৰিকেটাৰে।
- টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ললে মঈন আলীয়ে।
- ইংলেণ্ডৰ অলৰাউণ্ডাৰ মঈন আলীয়ে সোমবাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে।
- ৩৪ বছৰীয়া মঈন আলীয়ে কেৰিয়াৰত ৬৪ খন টেষ্ট খেলিছে।
- এই সময়ছোৱাত তেওঁ ১৯৫ টা উইকেট লাভ কৰিছে।
- আনহাতে মঈন আলীয়ে কেৰিয়াৰত পাঁচটা শতক অৰ্জন কৰিছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in