ৰেকৰ্ড সৃষ্টিৰে মীৰাবাঈ চানুৱে লাভ কৰিলে স্বৰ্ণ পদক…

ৰেকৰ্ড সৃষ্টিৰে মীৰাবাঈ চানুৱে লাভ কৰিলে স্বৰ্ণ পদক…

author-image
asomiyapratidin
New Update
এছিয়ান গেমছলৈ নাযায় ভাৰোত্তোলক মীৰাবাই চানু!

  • কমনৱেলথ গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক।
  • ভাৰত্তোলক মীৰাবাঈ চানুৱে অৰ্জন কৰিলে এই পদক।
  • ৪৯ কেজি শাখাত মীৰাবাঈয়ে লাভ কৰিলে এই পদক।
  • তেওঁ স্নেচত প্ৰথম প্ৰচেষ্টাত ৮৪ কেজি ডাঙিবলৈ সক্ষম হয়।
  • ইয়াৰ পিছত তেওঁ ৮৮ কেজি আৰু তৃতীয় প্ৰচেষ্টাত ৯০ কেজি ভাৰ উত্তোলন কৰে।
  • অৱশ্যে ৯০ কেজিৰ প্ৰচেষ্টা ফাউল হয়।
  • অৱশ্যে দ্বিতীয় প্ৰচেষ্টাৰ ৮৮ কেজি ওজন ক্ৰীড়া ইতিহাসৰ এক ৰেকৰ্ড হিচাপে পৰিগণিত হয়।