আন্তঃৰাষ্ট্ৰীয় মুখ্য-পৃষ্ঠা ২০১৮ বৰ্ষৰ ‘মেন বুকাৰ বঁটা’ ঘোষণা ২০১৮ বৰ্ষৰ ‘মেন বুকাৰ বঁটা’ ঘোষণা asomiyapratidin 17 Oct 2018 15:43 IST Follow UsNew Updateবুধবাৰে ২০১৮ বৰ্ষৰ 'মেন বুকাৰ বঁটা' ঘোষণা।আয়াৰলেণ্ডৰ লেখিকা এনা বাৰ্ণছলৈ ২০১৮ বৰ্ষৰ মেন বুকাৰ বঁটা।'মিল্কমেন' শীৰ্ষক গ্ৰন্থৰ বাবে এই স্বীকৃতি প্ৰদান লেখিকাগৰাকীলৈ।মেন বুকাৰ বঁটা বিজয়ী আয়াৰলেণ্ডৰ প্ৰথমগৰাকী লেখিকা এনা বাৰ্ণছ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক