দুদিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ প্ৰধানমন্ত্ৰী

দুদিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ প্ৰধানমন্ত্ৰী
Published on
Updated on
  • পুনৰ বিদেশ যাত্ৰালৈ প্ৰধানমন্ত্ৰী মোদী।
  • দুদিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ প্ৰধানমন্ত্ৰী।
  • শনিবাৰে পুৱাই জাপান অভিমুখে উৰা মাৰে মোদী।
  • এই ভ্ৰমণত দুয়োখন দেশৰ মাজত ভালেকেইটা বিষয়ক লৈ হ'ব আলোচনা।
  • সামৰিক শক্তি আৰু সুৰক্ষা সেৱা বিষয়ত আলোচনাত মিলিত হ'ব দুই দেশৰ প্ৰতিনিধি।
  • জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত বহিব মোদী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in