Published on:
Updated on:
- ব্ৰীছব্ৰেনৰ ৪ৰ্থ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ।
- ঘৰৰ মাটিত ৩ উইকেটত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে টিম ইণ্ডিয়াই।
- আজি আছিল খেলৰ অন্তিম দিন।
- ঐতিহাসিক বিজয় সাৱস্ত্য কৰে ভাৰতে।
- প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ভংগ কৰিছিল ৩৬৯ ৰাণ।
- ২য় ইনিংছত দলটোৱে সংগ্ৰহ কৰিছিল ২৪৯ ৰাণ।
- ভাৰতে প্ৰথমে ইনিংছত সংগ্ৰহ কৰিছিল ৩৩৬ ৰাণ।
- ২য় ইনিংছত ভাৰতে ৭ উইকেটত সংগ্ৰহ কৰে ৩২৯ ৰাণ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in