Published on:
Updated on:
- বিশ্বকাপ ক্ৰিকেট, ২০১৯ৰ প্ৰথম ছেমি ফাইনেলত জয়ৰ দিশে টীম ইণ্ডিয়া।
- ১০ টা বলত ২৫ ৰানৰ প্ৰয়োজন ভাৰতক।
- প্ৰথমে বেট ধৰিয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় খেলুৱৈৰ প্ৰদৰ্শন আছিল দুৰ্বল।
- ১০ অভাৰত ৪টাকৈ উইকেট পতন হৈছিল ভাৰতৰ।
- নিউজিলিণ্ডে ভাৰতৰ সন্মুখত বান্ধি দিছে ২৪০ ৰানৰ লক্ষ্য।
- প্ৰথমে ক্ৰীজলৈ আহি মাত্ৰ ১ ৰানকৈ সংগ্ৰহ কৰি আউট হৈছিল কে এল ৰাহুল আৰু ৰোহিত শৰ্মা।
- ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়েও ৬টা বলত মাত্ৰ ১ ৰান সংগ্ৰহ কৰি উভতিব লগা হয় পেভিলিয়নলৈ।
- ভাৰতীয় বেটছমেন দীনেশ কাৰ্তিকেওঁ ৬ ৰান কৰি আউট হয়।
- বৰ্তমান ক্ৰীজত আছে এম এছ ধোনী আৰু ৰবিন্দ্ৰ জাদেজা।
- জাদেজাই সংগ্ৰহ কৰিছে ৭৬ ৰান।
- ইফালে ধোনীয়ে সংগ্ৰহ কৰিছে ৩৮ৰান।
- ৫০ ৰান কৰি পেভিলিয়নলৈ উভতিল এম এছ ধোনী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in