Published on:
Updated on:
- পুনৰ স্বৰ্ণজয় হিমা দাসৰ।
- ধিং এক্সপ্ৰেছ হিমা দাসে চেক গণৰাজ্যত লাভ কৰিছে স্বৰ্ণ।
- ৩০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰিছে হিমাই।
- এথলেটিকি মিটিংক ৰেইটাৰ, ২০১৯ত তেওঁ লাভ কৰিছে সোণৰ পদক।
- নিজৰ টুইটাৰ যোগেও হিমাই জনালে এই কথা।
- অবিৰতভাবে কেইবাটাও স্বৰ্ণ পদক লাভ কৰিছে হিমাই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in