আন্তঃৰাষ্ট্ৰীয়
দুদিনীয়া কাৰ্যসূচীৰে চীনলৈ বিদেশ সচিব বিজয় কেশৱ গোখলে
- দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে চীনলৈ যাব বিদেশ সচিব বিজয় কেশৱ গোখলে।
- বিদেশ মন্ত্ৰী বাং য়ীৰে মিলিত হ'ব আলোচনাত।
- কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা।
- এই ভ্ৰমণকালত মাছুদ আজাহাৰ সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা।