চাৰ্জ দি থাকেতে সংঘটিত হ’ল অগ্নিকাণ্ড : নিহত ৬জন

চাৰ্জ দি থাকেতে সংঘটিত হ’ল অগ্নিকাণ্ড : নিহত ৬জন

author-image
Asomiya Pratidin
New Update
চাৰ্জ দি থাকেতে সংঘটিত হ’ল অগ্নিকাণ্ড : নিহত ৬জন

ডিজিটেল ডেস্ক : বৈদ্যুতিক স্কুটাৰ অথবা অন্য তেনে জাতীয় সামগ্ৰী চাৰ্জ দিওতে আপুনি সাৱধান হওঁক। কিয়নো ছাৰ্বিয়াত সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা।

Advertisment

ছাৰ্বিয়াৰ এখন চহৰত বৈদ্যুতিক স্কুটাৰ চাৰ্জ দি থাকোতে সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। ফলত ৪ শিশুসহ ৬জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। নিহত শিশুকেইটিৰ বয়স ২ বছৰৰ পৰা ৭ বছৰৰ ভিতৰত হ’ব বুলি অনুমান কৰা হৈছে। 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে মোবাইল ফোন চাৰ্জ দি থকা অৱস্থাতো সাৱধানতা অৱলম্বন কৰাতো উচিত। কিয়নো মোবাইল ফোন চাৰ্জ দি থকা অৱস্থাত বিস্ফোৰণ হোৱাৰ ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছে।

Also Read: আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি

Fire breaks