Published on:
Updated on:
- মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত ভাৰতৰ ১৬ নং স্থান।
- সাম্ভাব্য পদক লাভৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা ইলাভেনিল ভালাৰিভান ১৬ সংখ্যক স্থানতে সন্তুষ্ট থাকে।
- আনহাতে আন এগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ অপূৰ্বী চাণ্ডেলাও প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।
- অপূৰ্বীয়ে ৩৬ নং স্থানতে সন্তুষ্ট থাকে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in