পুনৰ ভূমিকম্পই কঁপাই গ'ল ইণ্ডোনেছিয়া।৫.৫ প্ৰাবল্যৰ ভূমিকম্প অনুভূত।ইণ্ডোনেছিয়াৰ ল'ম্ব'কত অনুভূত হয় ভূমিকম্প।ভূমিকম্প অনুভূত হয় পুৱতি নিশা প্ৰায় ১.০২ বজাত।