Published on:
Updated on:
- চুবুৰীয়া দেশ নেপালত ভূমিকম্প।
- সোমবাৰে দুপৰীয়া ১.৩১ বজাত আহে এই ভূমিকম্প।
- নেপালৰ ৰাজধানী চহৰ কাঠমাণ্ডুৰ পৰা ৬০ কিলোমিটাৰ দূৰত এই ভূমিকম্পৰ উৎপত্তিস্থল।
- নেপালৰ উত্তৰ গোৰ্খা জিলাত ইয়াৰ কম্পন অনুভৱ কৰা হয়।
- ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৪.৩।
- ভূমিকম্পৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in