New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/earthquake-nepal.jpg)
ডিজিটেল ডেস্কঃ পুৱাই ভূমিকম্প। চীনৰ কিংঘাই প্ৰদেশৰ মাংগয়া চহৰত ভূমিকম্পৰ ফলত কম্পন অনুভৱ হয়। পুৱা ৭-৫৪ বজাত অহা এই ভূমিকম্পৰ ৰিখটাৰ অঞ্চলত প্ৰাবল্য আছিল৫.৩। এই ভূমিকম্পৰ ফলত সা-সম্পত্তিৰ কিবা ক্ষতি হৈছে নেকি সেই বিষয়ে এতিয়ালৈকে কোনো খবৰ লাভ কৰা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us