প্ৰতীকি ফটো
Published on:
Updated on:
- ভূমিকম্পই জোকাৰি গ'ল চেন্ট্ৰেল আমেৰিকাৰ ইআই চালভাদোৰ।
- আন্তঃৰাষ্ট্ৰীয় সময়ানুসৰি ৯.০৩ বজাত ৰাষ্ট্ৰখনত অনুভূত হয় জোকাৰণি।
- ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৬।
- ভূমিকম্পৰ ফলত ৰাষ্ট্ৰখনৰ বিভিন্ন প্ৰান্তত ক্ষতিসাধন।
- অৱশ্যে এতিয়াও লাভ কৰা নাই হতাহতৰ খবৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in