Published on:
Updated on:
- বিশ্ব বেংকৰ নতুন অধ্যক্ষ পদত ডেভিদ মালপাছ।
- অধ্যক্ষ পদ গ্ৰহণ কৰাৰ পাছত তেওঁ কয় যে- 'উৎসাহ আৰু তৎপৰতাৰে এই কাম কৰিম।'
- মালপাছে ৱাশ্বিংটনত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয়ত ১৩ সংখ্যক অধ্যক্ষ হিচাপে দায়িত্ব ভাৰ চম্ভালে।
- তেওঁ লগতে কয়- 'মোক এই পদৰ দায়িত্ব দিয়াৰ বাবে ব'ৰ্ডৰ সঞ্চালক আৰু গৱৰ্ণৰক ধন্যবাদ জনাইছো।'
Code:
Asomiya Pratidin
www.asomiyapratidin.in