আন্তঃৰাষ্ট্ৰীয়
COVID-19ত আক্ৰান্ত হৈ মৃত্যু ৫৫ সহস্ৰাধিক লোকৰ, পঢ়ক ক’ত কিমান লোক আক্ৰান্ত…
সময়ঃ ৩ এপ্ৰিল, ২০২০ৰ নিশা ৮ বজালৈ।
বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,০৩৯,১৫৮ জন।
মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৫৫,১৬৩জন।
আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১৩,৯১৫জন)
আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (২৪৫,৪৪২জন)
কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-
আমেৰিকাঃ ৬,০৯৮জন।
• ইটালীঃ ১৩,৯১৫জন।
• চীনঃ ৩,৩২২জন।
• স্পেইনঃ ১০,৯৩৫জন।
• ইৰাণঃ ৩২৯৪জন।
• ইংলেণ্ডঃ ৩৬০৫জন।
• ফ্ৰান্সঃ ৫৩৮৭জন।
• বাংলাদেশঃ ৬জন।
• পাকিস্তানঃ ৩৫জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৩৪জন।
• গ্ৰীচঃ ৫৩জন।
• জাপানঃ ৬৩জন।
• ভাৰতঃ ৭৫জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ২৮৯৭জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ৭৫জন।
ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-
- অসমঃ ২০
- মহাৰাষ্ট্ৰঃ ৪২৩
- কেৰালাঃ ২৯৫
- তামিলনাডুঃ ৪১১
- দিল্লীঃ ৩৮৪
- অন্ধ্ৰপ্ৰদেশঃ ১৬১
- ৰাজস্থানঃ ১৬৮
- তেলেংগানাঃ ১৫৪
- উত্তৰপ্ৰদেশঃ ১৭২
- কৰ্ণাটকঃ ১২৮
- মধ্যপ্ৰদেশঃ ১২৯
- গুজৰাটঃ ৯৫
- জম্মু-কাশ্মীৰঃ ৭৫
- পঞ্জাৱঃ ৫১
- হাৰিয়ানাঃ ৫৭
- পশ্চিমবংগঃ ৫৩
- বিহাৰঃ ২৯
- চণ্ডীগড়ঃ ১৮
- লাডাখঃ ১৩
- আন্দামান আৰু নিকোবৰঃ১০
- চত্তীশগড়ঃ ৯
- উত্তৰাখণ্ডঃ ১০
- গোৱাঃ ৬
- মণিপুৰঃ ২
- অৰুণাচল প্ৰদেশঃ১
- ঝাৰখণ্ডঃ২
- মিজোৰামঃ১