COVID-19ত ক’ত কিমান আক্ৰান্ত-মৃত্যু, পঢ়ক সবিশেষ…

COVID-19ত ক’ত কিমান আক্ৰান্ত-মৃত্যু, পঢ়ক সবিশেষ…

author-image
asomiyapratidin
New Update
প্ৰতি ঘণ্টাত বৃদ্ধি পাইছে COVID-19ত আক্ৰান্ত-মৃত্যু হোৱা লোকৰ সংখ্যা, পঢ়ক সবিশেষ তথ্য…

সময়ঃ ১১ এপ্ৰিল নিশা ৮ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,২৩,৭১১

মৃত্যু হোৱা লোকৰ সংখ্যাঃ১০,৮১৬

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত ১৮,৮৪৯জন

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত৫০৩,৮৪৭ জন

কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-

  • আমেৰিকাঃ ১৮,৮০১জন।
  • স্পেইনঃ ১৬,৩৫৩জন।
  • ইটালীঃ ১৮,৮৪৯জন।
  • ফ্ৰান্সঃ ১৩,১৯৭জন।
  • চীনঃ ৩,৩৩৯জন।
  • ইৰাণঃ ৪,৩৫৭জন।
  • ইংলেণ্ডঃ ৯,৮৭৫জন।
  • বাংলাদেশঃ ৩০জন।
  • পাকিস্তানঃ ৭৭জন।
  • নেপালঃ ০ জন।
  • ৰাছিয়াঃ ১০৬জন।
  • গ্ৰীচঃ ৯২জন।
  • জাপানঃ ৯৯জন।
  • ভাৰতঃ ২৫৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ,০২৭জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ২৫জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা

  • অসমঃ ২৯
  • মহাৰাষ্ট্ৰঃ ১,৬৬৬
  • তামিলনাডুঃ ৯৬৯
  • দিল্লীঃ ৯০৩
  • তেলেংগানাঃ ৪৮৭
  • ৰাজস্থানঃ ৬৭৮
  • উত্তৰপ্ৰদেশঃ ৪৫২
  • কেৰালাঃ ৩৭৪
  • অন্ধ্ৰপ্ৰদেশঃ ৪০৫
  • মধ্যপ্ৰদেশঃ ৪৫১
  • গুজৰাটঃ ৪৩২
  • কৰ্ণাটকঃ ২১৫
  • হাৰিয়ানাঃ ১৭৯
  • জম্মু-কাশ্মীৰঃ ২২৪
  • পঞ্জাৱঃ ১৫৪
  • পশ্চিমবংগঃ ১২৬
  • বিহাৰঃ ৬১
  • উত্তৰাখণ্ডঃ ৩৫
  • চণ্ডীগড়ঃ ১৯
  • লাডাখঃ ১৫
  • আন্দামান আৰু নিকোবৰঃ ১১
  • চত্তীশগড়ঃ ১৮
  • গোৱাঃ ৭
  • ঝাৰখণ্ডঃ১৭
  • ত্ৰিপুৰাঃ ২
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • মিজোৰামঃ ১