/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/corona-virus-1-hour-1-1.jpg)
সময়ঃ ১৭ এপ্ৰিলৰ আবেলি ৬ বজালৈ
বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ২১,৯৯,২২০
মৃত্যু হোৱা লোকৰ সংখ্যাঃ ১৪৭,৭৪৫
আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃআমেৰিকাত৩৪,৬৪১
আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত৬৭৮,২১০
কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-
- আমেৰিকাঃ ৩৪,৬৪১জন।
- স্পেইনঃ ১৯,৩১৫জন।
- ইটালীঃ ২২,১৭০জন।
- ফ্ৰান্সঃ ১৭,৯২০জন।
- চীনঃ ৪,৬৩২জন।
- ইৰাণঃ ৪,৯৫৮জন।
- ইংলেণ্ডঃ ১৩,৭২৯জন।
- বাংলাদেশঃ ৭৫ জন।
- পাকিস্তানঃ ১৩৫জন।
- নেপালঃ ০ জন।
- ৰাছিয়াঃ ২৭৩জন।
- গ্ৰীচঃ ১০৫জন।
- জাপানঃ ১৯০জন।
- ভাৰতঃ ৪৫৭জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১৩,৭০৩জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ৪৫৭জন।
ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা–
- অসমঃ ৩৪
- মহাৰাষ্ট্ৰঃ ৩,২০২
- তামিলনাডুঃ ১২৬৭
- দিল্লীঃ ১৬৪০
- তেলেংগানাঃ ৭০০
- ৰাজস্থানঃ ১,১৯৩
- উত্তৰপ্ৰদেশঃ ৮০৫
- কেৰালাঃ ৩৯৪
- অন্ধ্ৰপ্ৰদেশঃ ৫৭২
- মধ্যপ্ৰদেশঃ ১,১৬৪
- গুজৰাটঃ ১,০২১
- কৰ্ণাটকঃ ৩৫৯
- হাৰিয়ানাঃ ২২২
- জম্মু-কাশ্মীৰঃ ৩১৪
- পঞ্জাৱঃ ১৯৭
- পশ্চিমবংগঃ ২৫৫
- বিহাৰঃ ৮৩
- উত্তৰাখণ্ডঃ ৪০
- চণ্ডীগড়ঃ ২১
- লাডাখঃ ১৮
- আন্দামান আৰু নিকোবৰঃ ১২
- চত্তীশগড়ঃ ৩৬
- গোৱাঃ ৭
- ঝাৰখণ্ডঃ ২৯
- ত্ৰিপুৰাঃ ২
- মণিপুৰঃ ২
- অৰুণাচল প্ৰদেশঃ ১
- মিজোৰামঃ ১
- নাগালেণ্ডঃ ১
- মেঘালয়ঃ ৯