/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/corona-virus-1-hour-1-1.jpg)
সময়ঃ ১১ এপ্ৰিল নিশা ১২ বজালৈ
বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,৭৬১,২৮৬
মৃত্যু হোৱা লোকৰ সংখ্যাঃ ১০৭,৬৫৯
আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ আমেৰিকাত ২০,০৬৯ জন
আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ৫২১,৮১৬ জন
কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-
- আমেৰিকাঃ ২০,০৬৯জন।
- স্পেইনঃ ১৬,৩৫৩জন।
- ইটালীঃ ১৯,৪৬৮জন।
- ফ্ৰান্সঃ ১৩,৮৩২জন।
- চীনঃ ৩,৩৩৯জন।
- ইৰাণঃ ৪,৩৫৭জন।
- ইংলেণ্ডঃ ৯,৮৭৫জন।
- বাংলাদেশঃ ৩০জন।
- পাকিস্তানঃ ৭৭জন।
- নেপালঃ ০ জন।
- ৰাছিয়াঃ ১০৬জন।
- গ্ৰীচঃ ৯৩জন।
- জাপানঃ ৯৯জন।
- ভাৰতঃ ২৮৮জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৮,৪৪৬ জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ২৮৮জন।
ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা–
- অসমঃ ২৯
- মহাৰাষ্ট্ৰঃ ১,৭৬১
- তামিলনাডুঃ ৯৬৯
- দিল্লীঃ ১০৬৯
- তেলেংগানাঃ ৫০৩
- ৰাজস্থানঃ ৭০০
- উত্তৰপ্ৰদেশঃ ৪৫২
- কেৰালাঃ ৩৭৪
- অন্ধ্ৰপ্ৰদেশঃ ৪০৫
- মধ্যপ্ৰদেশঃ ৫২৯
- গুজৰাটঃ ৪৬৮
- কৰ্ণাটকঃ ২১৫
- হাৰিয়ানাঃ ১৭৯
- জম্মু-কাশ্মীৰঃ ২২৪
- পঞ্জাৱঃ ১৫৪
- পশ্চিমবংগঃ ১২৬
- বিহাৰঃ ৬৪
- উত্তৰাখণ্ডঃ ৩৫
- চণ্ডীগড়ঃ ১৯
- লাডাখঃ ১৫
- আন্দামান আৰু নিকোবৰঃ ১১
- চত্তীশগড়ঃ ১৮
- গোৱাঃ ৭
- ঝাৰখণ্ডঃ১৭
- ত্ৰিপুৰাঃ ২
- মণিপুৰঃ ২
- অৰুণাচল প্ৰদেশঃ১
- মিজোৰামঃ ১