/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/corona-virus-1-hour-1-1.jpg)
সময়ঃ ২৭ এপ্ৰিল নিশা ১০ বজালৈ
বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৩০,২১,০৪৯
মৃত্যু হোৱা লোকৰ সংখ্যাঃ ২০৮,৫২৯
আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ আমেৰিকাত ৫৫,৪৭৯
আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ৯৯১,০৭১
কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-
- আমেৰিকাঃ ৫৫,৪৭৯ জন।
- স্পেইনঃ ২৩,৫২১জন।
- ইটালীঃ ২৬,৬৪৪ জন।
- ফ্ৰান্সঃ ২২,৮৫৬ জন।
- চীনঃ ৪,৬৩৩ জন।
- ইৰাণঃ ৫,৮০৬জন।
- ইংলেণ্ডঃ ২০,৭৩২ জন।
- বাংলাদেশঃ ১৫২জন।
- পাকিস্তানঃ ২৯২জন।
- নেপালঃ ০ জন।
- ৰাছিয়াঃ ৭৯৪ জন।
- গ্ৰীচঃ ১৩৬জন।
- জাপানঃ ৩৭২জন।
- ভাৰতঃ ৯৩৮জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ২৯,২৪৬জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ৯৩৮জন।
ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা–
- অসমঃ ৩৫
- মহাৰাষ্ট্ৰঃ ৮,৫৯০
- তামিলনাডুঃ ১,৯৩৭
- দিল্লীঃ ২,৯১৮
- তেলেংগানাঃ ১০০৩
- ৰাজস্থানঃ ২,২৬১
- উত্তৰপ্ৰদেশঃ ১,৯৮৬
- কেৰালাঃ ৪৮২
- অন্ধ্ৰপ্ৰদেশঃ ১,১৭৭
- মধ্যপ্ৰদেশঃ ২,১৬৫
- গুজৰাটঃ ৩,৫৪৮
- কৰ্ণাটকঃ ৫১২
- হাৰিয়ানাঃ ৩০১
- জম্মু-কাশ্মীৰঃ ৫৪৬
- পঞ্জাৱঃ ৩২২
- পশ্চিমবংগঃ ৬৪৯
- বিহাৰঃ ৩৪৫
- উত্তৰাখণ্ডঃ ৫১
- চণ্ডীগড়ঃ ৪৫
- লাডাখঃ ২০
- আন্দামান আৰু নিকোবৰঃ ৩৩
- চত্তীশগড়ঃ ৩৭
- ঝাৰখণ্ডঃ ৯৮
- মণিপুৰঃ ২
- অৰুণাচল প্ৰদেশঃ ১
- মিজোৰামঃ ১
- মেঘালয়ঃ ১২