সময়ঃ ৬ এপ্ৰিল, ২০২০ৰ নিশা ১২ বজালৈ
বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,৩২৯,৩০৭জন
মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৭৩,৮৩১ জন
আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১৬,৫২৩জন)
আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (৩৫৬,৪১৪জন)
কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-
আমেৰিকাঃ ১০,৪৯০জন।
• ইটালীঃ ১৬,৫২৩জন।
• চীনঃ ৩,৩৩১জন।
• স্পেইনঃ ১৩,১৬৯জন।
• ইৰাণঃ ৩,৭৩৯ জন।
• ইংলেণ্ডঃ ৫৩৭৩জন।
• ফ্ৰান্সঃ ৮৯১১জন।
• বাংলাদেশঃ ১৩ জন।
• পাকিস্তানঃ ৫২জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৪৭জন।
• গ্ৰীচঃ ৭৯জন।
• জাপানঃ ৮৫জন।
• ভাৰতঃ ১৩৬জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৪৭৭৮জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ১৩৬জন।
ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-