কমনৱেলথ গেমছত অসম সন্তান শিৱ থাপাই লাভ কৰিছে অগ্ৰগতি…

কমনৱেলথ গেমছত অসম সন্তান শিৱ থাপাই লাভ কৰিছে অগ্ৰগতি…

author-image
asomiyapratidin
New Update
কমনৱেলথ গেমছত অসম সন্তান শিৱ থাপাই লাভ কৰিছে  অগ্ৰগতি…

  • কমনৱেলথ গেমছৰ পৰা আহিছে এক ভাল খবৰ।
  • অসম সন্তান শিৱ থাপাৰ অগ্ৰগতি।
  • বক্সিংৰ ৬৩.৫ কেজি শাখাৰ মেচত লাভ কৰিছে এই অগ্ৰগতি।
  • শিৱই প্ৰথমখন মেচত পৰাস্ত কৰিলে পাকিস্তানৰ প্ৰতিদ্বন্দিক।
  • পাকিস্তানৰ ছুলেমান বালোচক পৰাস্ত কৰিলে শিৱই।
  • শিৱই তেওঁক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰি অগ্ৰগতি লাভ কৰিছে।