Published on:
Updated on:
- ভূমিকম্পই জোকাৰিলে চিলেৰ কোক্যুম্ব।
- ৬.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে কোক্যুম্ব।
- আন্তঃৰাষ্ট্ৰীয় সময় অনুসৰি দেওবাৰে পুৱতি নিশা ১.৩০ বজাত অনুভূত হয় জোকাৰণি।
- বৰ্তমানলৈ কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা হোৱা নাই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in